Terms and condition
নিয়মাৱলী আৰু চৰ্তসমূহ (Terms and Conditions)
'Real Reaction' ডিজিটেল নিউজ প'ৰ্টেললৈ আপোনাক আদৰণি জনাইছোঁ। আমাৰ ৱেবছাইট (realreactionrds.in) ব্যৱহাৰ কৰাৰ আগতে অনুগ্ৰহ কৰি তলত উল্লেখ কৰা নিয়মাৱলী আৰু চৰ্তসমূহ মনোযোগেৰে পঢ়ি লওক। আপুনি আমাৰ ছাইটটো ব্যৱহাৰ কৰাৰ অৰ্থ হৈছে আপুনি এই চৰ্তসমূহ মানি চলিবলৈ সন্মত হৈছে।
১. বৌদ্ধিক সম্পত্তি আৰু কপিৰাইট (Copyright):
এই ৱেবছাইটত প্ৰকাশিত সকলো বাতৰি, প্ৰবন্ধ, বিশ্লেষণ, আলোকচিত্ৰ আৰু ভিডিঅ’ 'Real Reaction'ৰ নিজস্ব সম্পত্তি। আমাৰ লিখিত অনুমতি অবিহনে কোনো সমল কপী কৰা, অন্য ক’ৰবাত প্ৰকাশ কৰা বা ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰাটো সম্পূৰ্ণ নিষিদ্ধ।

২. পাঠকৰ মন্তব্য আৰু আচৰণ (User Comments):
আমাৰ খবৰবোৰত মন্তব্য কৰাৰ সময়ত পাঠকসকলে শালীনতা বজাই ৰখাটো বাধ্যতামূলক। কোনো ধৰণৰ উচতনিমূলক, সাম্প্ৰদায়িক, অশ্লীল, ভুৱা বা কাৰোবাৰ মানহানি কৰা মন্তব্য গ্ৰহণ কৰা নহ’ব। এনে মন্তব্য পালে কৰ্তৃপক্ষই তাক কোনো জাননী নিদিয়াকৈ ডিলিট কৰাৰ সম্পূৰ্ণ অধিকাৰ সংৰক্ষিত ৰাখে।

৩. শুদ্ধতা আৰু দায়বদ্ধতা (Disclaimer):
আমি সদায় সত্য, নিৰপেক্ষ আৰু সঠিক বাতৰি পৰিৱেশন কৰিবলৈ দায়বদ্ধ। তথাপিও, কোনো কাৰিকৰী বিজুতি বা অনিচ্ছাকৃত ভুলৰ বাবে হোৱা সাময়িক খেলিমে লিৰ বাবে 'Real Reaction' আইনীভাৱে দায়ী নহ’ব।

৪. চৰ্তসমূহৰ পৰিৱৰ্তন:
'Real Reaction' কৰ্তৃপক্ষই দেশৰ ডিজিটেল মিডিয়া আইন (IT Rules 2021) অনুসৰি যিকোনো সময়তে এই চৰ্তসমূহ সলনি বা আপডেট কৰিব পাৰে।

৫. যোগাযোগৰ ঠিকনা (Contact Information):এই নিয়মাৱলী বা চৰ্তসমূহৰ সন্দৰ্ভত আপোনাৰ কিবা প্ৰশ্ন বা মতামত থাকিলে আপুনি আমাৰ সৈতে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে:
ব্লগৰ নাম: Real Reaction
ৱেবছাইট লিংক: www.realreactionrds.in
ই-মেইল— rsarania10@gmail.com